Download Now Banner

This browser does not support the video element.

নগাঁও: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ নগাঁৱত সংবাদ মেল

Nagaon, Nagaon | Sep 5, 2025
নগাৱঁত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ। সাম্প্ৰতিক সময়ক লৈ সংবাদমেলত বিভিন্ন মন্তব্য আগবঢ়ালে অসম জাতীয় পৰিষদৰ সভাপতিজনে। উচ্ছেদৰ ওপৰতো বহুকেইটা মন্তব্য আগবঢ়াই সভাপতিজনে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমতে উচ্চেদ হওঁক আমাৰ আপত্তি নাই কিন্তু বিদেশী বুলি কৈ সংস্থাপনৰ নামত আমাৰ টকা ক্ষতি কৰিব আমি মানি নলওঁ।
Read More News
T & CPrivacy PolicyContact Us