This browser does not support the video element.
বৰপেটা: একে নিশাই ভক্তৰডৱাৰ তিনিটা ঘৰত চুৰিকাণ্ড, থানাত এজাহাৰ দাখিল
Barpeta, Barpeta | Aug 22, 2025
ভক্তৰডৱা অঞ্চলৰ তিনিটা বাসগৃহত একে নিশাই চুৰি কাণ্ড সংঘটিত হৈছে। ভক্তৰডৱা অঞ্চলৰ পিঠাদি গাঁও, হেলছাৰ পাম আৰু নলীৰ পাথাৰ গাঁৱত সংগঠিত হৈছে এই চুৰি কাণ্ড।জানিব পৰা মতে উক্ত তিনিটা ঘৰৰ পৰা চুৰে লুটি নিয়ে নগদ ধন সহ তিনি লক্ষ্যাধিক টকাৰ সোন ৰূপৰ আ-অলংকাৰ। সঘনাই সংঘটিত হৈ থকা চুৰি কাণ্ড সমূহৰ লগত ড্ৰাগছ আসক্ত যুৱক জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন ব্যক্তি সকলে।