This browser does not support the video element.
গোলাঘাট: জিলা প্ৰশাসনৰ উদ্যোগত কৰ্ত ৰোডত ড' ভূপেন হাজৰীকাৰ জন্ম শত বাৰ্ষিকী উদ্যাপনৰ শোভাযাত্ৰা কাৰ্য্যসূচী আয়োজন
Golaghat, Golaghat | Sep 8, 2025
সোমবাৰে বিয়লি প্ৰায় ৩ বজাত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত কৰ্ত ৰোড স্থিত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমীপত বৰ্ন্যাঢ্য কাৰ্য্যসূচীৰে ড' ভূপেন হাজৰীকাৰ জন্ম শত বাৰ্ষিকৰ কাৰ্য্যসূচী অনুষ্ঠিত l প্ৰথম কাৰ্যসূচী হিচাপে বন্তি প্ৰজলন,পুষ্পাঞ্জলি অৰ্পণ,শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় l তাৰ পিছতেই মন্ত্ৰী অজন্তা নেওগ,গোলাঘাট জিলা আয়ুক্ত,জিলা প্ৰশাসনৰ বিষয় ববিয়া সকলৰ উপস্থিতিত এক সমবেত সংগীত পৰিবেশন কৰা হয়।