This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: ছাতিপুৰত লাঠি আৰু বাঁহেৰে মহিলাক আক্ৰমণ কৰা আমীৰ আলীক গ্ৰেপ্তাৰ কাজলগাঁও আৰক্ষীৰ
India | Sep 13, 2025
চিৰাঙৰ ছাতিপুৰত লাঠি আৰু বাঁহেৰে মহিলাক আক্ৰমণ কৰা আমীৰ আলীক গ্ৰেপ্তাৰ,চিৰাং জিলা সদৰ কাজলগাঁৱৰ ছাতিপুৰত ভয়ংকৰ মাৰপিটৰ ঘটনা হৈছিল যোৱা ৯ ছেপ্টেম্বৰত,আমীৰ আলীৰ নামৰ যুৱক জনৰ নেতৃত্বত লাঠি আৰু বাঁহেৰে মহিলাক আক্ৰমণ কৰিছিল এটা উদণ্ড যুৱকৰ দলে,মাৰপিটৰ সকলো দৃশ্য বন্দী হৈছিল মোবাইল কেমেৰাত,যোৱা কালি বাতৰি পৰিৱেশন হোৱাৰ আক্ৰমণকাৰী আমিৰ আলীক গ্ৰেপ্তাৰ কৰে কাজলগাঁও আৰক্ষীয়ে,দলবদ্ধ ভাৱে আক্ৰমণ কৰা আৰু তিনিজনক এতিয়ালৈ আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।