Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: জুৰীয়া দুমদুমীয়াৰ উচ্ছেদ সন্দৰ্ভত জুৰীয়াত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ জিলা উপদেষ্টা আবু বক্কৰ ছিদ্দিকৰ প্ৰতিক্ৰিয়া
Nagaon, Nagaon | Aug 27, 2025
জুৰীয়াৰ ডুমডুমীয়াৰ উচ্ছেদ সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিক্ৰিয়া জুৰীয়াৰ ডুমডুমীয়াত চলি থকা উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংগঠনটোৰ পক্ষৰ পৰা জনোৱা হয় যে, স্থানীয় ৰাইজে নিজে নিজে আঁতৰি যোৱা পৰিস্থিতিত চৰকাৰেও প্ৰকৃত ভূমিহীন লোক সকলক পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগিব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!