Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৰহাট ষ্টেডিয়ামত শ শ মহিলাই পৰিৱেশন কৰে মহামায়া নাম

Jorhat West, Jorhat | Sep 26, 2025
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৰহাট ষ্টেডিয়ামত শ শ মহিলাই পৰিৱেশন কৰে মহামায়া নাম । শুকুৰবাৰে অনুষ্ঠিত হয় উক্ত অনুষ্ঠান। যোৰহাট ষ্টেডিয়ামত আজি কেইবাখনো জিলাৰ শ শ মহিলাই প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই নাম পৰিৱেশন কৰে। দেৱী শক্তি সামাজিক , সাংস্কৃতিক , আধ্যাত্মিক মহিলা সমাজৰ উদ্যোগত যোৰহাট নগৰ মহিলা সমিতি আৰু সমগ্ৰ যোৰহাটবাসীৰ সহযোগত অনুষ্ঠান ।
Read More News
T & CPrivacy PolicyContact Us