This browser does not support the video element.
সৃজনগ্ৰাম: বৰ নাৰিকলাত অগপ নেতাৰ হত্যাকাণ্ডৰ সিন ৰিক্ৰীয়েশন কৰে আৰক্ষীয়ে
Srijangram, Bongaigaon | Sep 12, 2025
বৰ নাৰিকলাত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত অগপ নেতা মূজাফৰ হুছেইনৰ হত্যাকাণ্ডৰ সিন ৰিক্ৰিয়েশন কৰা হয়। চাৰি অভিযুক্তক লগত লৈ আৰক্ষীয়ে এই সিন ৰিক্ৰীয়েশন কৰে। কেনেকৈ এই অগপ নেতা গৰাকীক হত্যা কৰা হৈছিল হত্যাকাৰীয়ে দেখায় আৰক্ষীক।