Download Now Banner

This browser does not support the video element.

ওদালগুৰি: জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় জিলা সমিতিৰ সাংগঠনিক সভা, উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী

Udalguri, Udalguri | Aug 24, 2025
ওদালগুৰিত জিলা বিজেপিৰ কাৰ্যালয়ত জিলা সমিতিৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত সমাগত পৰিষদীয় নিৰ্বাচন,দলৰ সাংগঠনিক দিশ আৰু আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে বিশদ ভাবে পৰ্যালোচনা কৰা হয়। আনহাতে গুৰুত্বপূৰ্ণ সভা খনত জিলা প্ৰভাৰী ধীৰেন ডেকা,সহ প্ৰভাৰী বাবুল চন্দ্ৰ বড়ো,উপ সভাপতি ক্ৰমে বিকন চন্দ্ৰ ডেকা, জয়কান্ত শৰ্মা আৰু নীলিমা ব্ৰহ্ম, জিলা সাধাৰণ সম্পাদক অজয় হাজৰিকা, প্ৰমুখ্যে জিলাৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us