Download Now Banner

This browser does not support the video element.

সোণাৰি: নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয় পৰা এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে, ঘটনাক লৈ‌ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য

Sonari, Charaideo | Sep 9, 2025
চৰাইদেউ লাকুৱা আৰক্ষীয়ে ভুৱা চিকিৎসকৰ অভিযোগত আটক কৰিলে অভিষেক সাহ নামৰ এজনক।চৰাইদেউ জিলাত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ।‌অভিযুক্ত ভুৱা চিকিৎসক জনৰ নাম অভিষেক সাহ। চৰাইদেউ জিলাৰ অন্তৰ্গত নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে নিযুক্ত হৈ আছিল সাহ। লাকুৱা অঞ্চলৰ কেইবাখনো ফৰ্মেচিত প্ৰাইভেট প্ৰেক্টিছ কৰে সাহে। Anti Quackery and Vigilance Officer of Assam Council of Medical Registration ৰ তৰফৰ পৰা দাখিল কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি আটক কৰা হয় অভিষেক সাহক।বৰ্তমান
Read More News
T & CPrivacy PolicyContact Us