This browser does not support the video element.
দলগাঁও ভাগ: জুবিন গাৰ্গ সন্দৰ্ভত কটো মন্তব্য এজন শিক্ষকৰ,শিক্ষক গৰাকীৰ বিৰূদ্ধে এজাহাৰ দাখিল দলগাও থানাত
Dalgaon Part, Darrang | Sep 22, 2025
দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল তিনি সংগঠনৰ, দলগাঁৱত তীব্ৰ চাঞ্চল্য। যোৱা দুটা দিন পূৰ্বে হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ বিয়োগত স্তম্ভিত হৈ পৰিছিল। কান্দোনৰ ভাগি পৰিছিল প্ৰতিগৰাকী গুণমুগ্ধ। ঠিক সেই সময়তেই নুৰ জামাল হক নামৰ এগৰাকী শিক্ষকে জুবিন গাৰ্গক এটা কটো মন্তব্য কৰি ৰোষত পৰিছে। দলগাওঁ আৰক্ষী থানাত এজাহাৰ দাখিল, তিনি সংগঠনৰ লগতে ওলাই আহিল দলগাঁৱৰ গঞা । পৰৱৰ্তী সময়ত প্ৰশাসনে কি ব্যবস্থা গ্ৰহণ কৰে এয়া সময়ত লক্ষণীয় হব।