Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: 'অসম যুৱ পৰিষদে অসমৰ ভেটি শক্তিশালী কৰিম বুলি আশাবাদী', সদৰত অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষিকেশ শৰ্মাৰ সংবাদ মেল
Tinsukia, Tinsukia | Aug 25, 2025
সোমবাৰে দুপৰীয়া প্রায় ২ বজাত অসম গণ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কায্যকৰি সভাপতি হৃষিকেশ শৰ্মাৰ সংবাদমেল ৷সংবাদমেলৰ জৰিয়তে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ এখন নিয়োগমেলা অনুষ্ঠিত কৰিব বুলি সদৰি কৰে । লগতে ২৬ নিৰ্বাচনত অসম যুৱ পৰিষদৰ তৰফৰ পৰা সভাপতি জিতু বৰগোহাঁই অগপ ৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব বুলি উল্লেখ কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!