Download Now Banner

This browser does not support the video element.

বৰপেটা: জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদন অৰ্থে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত বন্তি প্ৰজ্বলন অগণন গুনমুগ্ধৰ

Barpeta, Barpeta | Sep 19, 2025
শোকস্তব্ধ সত্ৰনগৰী বৰপেটা। প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই শোকত বুৰ গৈছে সমগ্ৰ অসম। অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন অৰ্থে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত বন্তি প্ৰজ্বলন অগণন গুনমুগ্ধৰ। বৰপেটা সত্ৰৰ দালানৰ সন্মুখত সহস্র বন্তিৰে শিল্পী গৰাকীলৈ গুনমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি। বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্র দাসে বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ আত্মাক বৈকুণ্ঠ স্থান দিবলৈ ঈশ্বৰৰ ওচৰত জনালে প্ৰাৰ্থনা ।
Read More News
T & CPrivacy PolicyContact Us