Download Now Banner

This browser does not support the video element.

গুৱাহাটী: ভগদত্তপুৰ আৰক্ষী চকীৰ নিচেই কাষতে চোৰৰ উপদ্ৰৱ ,চোৰৰ দলে গেটৰ তলা ভাঙি লৈ গল বুলেট

Guwahati, Kamrup Metropolitan | Sep 1, 2025
ভগদত্তপুৰ আৰক্ষী চকীৰ নিচেই কাষতে চোৰৰ উপদ্ৰৱ ,চোৰৰ দলে গেটৰ তলা ভাঙি লৈ গল বুলেট।ভগদত্তপুৰ সূৰ্যপথৰ পাৰ্থ প্ৰতীম ভূঞাৰ বুলেট বাহন চুৰি।বুলেটখন চোৰে ঠেলি লৈ যোৱা সমগ্ৰ দৃশ্য বন্দী হল CCtv কেমেৰাত।মুখত কাপোৰেৰে ঢাকি গেটৰ ভিতৰত প্ৰবেশ কৰিছিল চোৰকেইটা।
Read More News
T & CPrivacy PolicyContact Us