Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলা অৱসৰ প্ৰাপ্ত শিক্ষকৰ কেইবাটাও দাবী লৈ হাটশিঙিমাৰীত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট
Mankachar, South Salmara-Mankachar | Sep 11, 2025
বৃহস্পতিবাৰে দিনৰ 11 বজাত মানকাচৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত জিলাখনৰ অৱসৰ প্ৰাপ্ত শিক্ষক সন্থাৰ উদ্দ্যোগত কেইবাটাও দাবী লৈ সাব্যস্ত কৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট। উল্লেখ্য যে জিলা অৱসৰ প্ৰাপ্ত শিক্ষক সন্থাৰ উদ্দ্যোগত কেইবাবাৰো জিলা শিক্ষা বিভাগৰ লগতে চৰকাৰক দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ধৰনৰ সুফল পোৱা নাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!