Install App
priyanka1162
This browser does not support the video element.
মৰিয়নি: চাহ বাগিছা এলেকাত মৰিয়নিত বৃদ্ধি অবিবাহিত কিশোৰী গৰ্ভৱতী হোৱাৰ ঘটনা,সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে এম্বুলেন্সতে জন্মদিলে সন্তান
Mariani, Jorhat | Aug 30, 2025
চাহ বাগিছা এলেকাত মৰিয়নিত বৃদ্ধি অবিবাহিত নাবালিকা কিশোৰী গৰ্ভৱতী হোৱাৰ ঘটনা ।সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে এম্বুলেন্সতে জন্ম দিলে সন্তান । মৰিয়নিৰ চাহ বাগিছা এলেকাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে নাবালিকা গৰ্ভৱতী হোৱাৰ ঘটনা। শেহতীয়াকৈ মৰিয়নিৰ এখন বাগিচাৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত নাবালিকাই জন্ম দিলে পুত্ৰ সন্তান।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!