This browser does not support the video element.
পশ্চিম যোৰহাট: পুৰণা আৱৰ্ত ভৱন পথৰ সমীপত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ আসক্ত যুৱকক
Jorhat West, Jorhat | Sep 11, 2025
পুৰণা আৱৰ্ত ভৱন পথৰ সমীপত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ আসক্ত যুৱকক । এখন অটো ত বহি তিনি যুৱকে ড্ৰাগছ সেৱন কৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে । একাংশ সাংবাদিকো উপস্থিত আছিল উক্ত স্থানত । যুৱক কেইজনে ৰাইজক দেখাৰ লগে লগে উক্ত স্থানৰ পৰা পলায়ন কৰে । আৰু খেদি খেদি দুজনক কৰায়ত্ত কৰিব পাৰে যদিও এজন পলায়ন কৰে।দুই যুৱকে স্বীকাৰ কৰিছে নিষিদ্ধ ড্ৰাগছ লোৱাৰ কথা।