Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: কা বাতিলৰ দাবীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত উত্তাল প্ৰতিবাদ, প্ৰতিকৃতি দাহ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী
Sibsagar, Sivasagar | Sep 9, 2025
কা বাতিলৰ দাবীত সংগ্ৰামী সেনা অসমৰ উদ্যোগত উত্তাল প্ৰতিবাদ, প্ৰতিকৃতি দাহ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ । সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতি আৰু নগৰ সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ নগৰৰ মাজমজিয়াত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!