Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: যোৱাকালি চম্পা নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা বঙাইগাঁৱৰ যুৱক সঞ্জীত ৰায়ৰ মৃতদেহ বাসুগাঁৱৰ চম্পা নৈত উদ্ধাৰ
India | Sep 1, 2025
উল্লেখ্য যে যোৱা কালি সঞ্জীত ৰায় আৰু পুকাৰ সিং নামৰ দুজন যুৱক আন ৮ জন বন্ধুৰ সৈতে চম্পা নদীত গা ধুবলৈ গৈছিল।আবেলি বাকী ৮ জন উভতি আহে যদিও সঞ্জীত ৰায় আৰু পুকাৰ সিং নামৰ যুৱক দুজন উভতি অহা নাছিল,কিন্তু আজি সঞ্জীত ৰায়ৰ মৃতদেহ বাসুগাঁৱৰ চম্পা নদীত উদ্ধাৰ কৰে SDRF য়ে,এই মূহুৰ্ত লৈকে পুকাৰ সিং নামৰ যুৱক জনৰ সন্ধান পোৱা নাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!