Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: অসমৰ প্ৰথমটো স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেক উদ্বোধন মুখ্যমন্ত্ৰীৰ
Nagaon, Nagaon | Aug 23, 2025
অসমৰ প্ৰথমটো স্বীকৃতিপ্ৰাপ্ত ড্ৰাইভাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেক উদ্বোধন কৰাৰ জৰিয়তে যুৱ সমাজৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি কৰা হ'য় নগাঁৱত ৷ যুৱক-যুৱতীসকলক চালনা দক্ষতা অৰ্জন কৰাত সহায় কৰাৰ লগতে এই অত্যাধুনিক কেন্দ্ৰই তেওঁলোকক আত্মনিৰ্ভৰ হোৱাৰ বহু বাট প্ৰশস্ত কৰাৰ বাবে আজি নগাঁৱত অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে প্ৰশিক্ষণ কেন্দ্ৰটো ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!