Download Now Banner

This browser does not support the video element.

ওদালগুৰি: হৰিশিঙাত ইউপিপিএল দলৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন সভা অনুষ্ঠিত হয়, উপস্থিত থাকে কেন্দ্ৰীয় সম্পাদক খগেন ডেকা

Udalguri, Udalguri | Sep 3, 2025
বিটিচিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমুহৰ মাজত। সেইদৰে জিলা খনৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে এখন সমিতি গঠন কৰা হয়। সভাত। সভাত অমৃত ব্ৰহ্মক সভাপতি আৰু জোনাছ দৈমাৰীক মুখ্য আহ্বায়ক হিচাপে দা‌য়িত্ব প্ৰদান কৰা হয়। ইপিনে সভাত জিলা সভাপতি ৰবিন্দ বসুমতাৰী, জিলা সাধাৰণ সম্পাদক দ্বয় ক্ৰমে বিনুৱেল ৱাৰী আৰু মনোৰঞ্জন শৰ্মা প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us