Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: তামাৰহাটত মনোহৰী ৰায়ক আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগত আক্ৰাছুয়ে প্ৰতিবাদ সাময়িক ভাৱে স্থগিত
Dhubri Part, Dhubri | Oct 10, 2025
তামাৰহাটৰ মেছপাৰাৰ যুৱক মনোহৰী ৰায়ক আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগত আক্ৰাছুয়ে প্ৰতিবাদ সাময়িক ভাৱে স্থগিত ৰাখে যদিও অন্ত পৰে নাই ক্ষোভৰ জুই । অভিযুক্ত আৰক্ষী বিষয়া কঁপিল বৰাক ধুবুৰী প্ৰশাসনে নাটকীয় ভাবে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও ইয়াতে সন্তষ্ট নহয় মৃত মনোহৰী ৰায়ৰ আত্মীয় তথা বিভিন্ন দল সংগঠনে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!