Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: লাভ জেহাদৰ ঘটনা সংঘটিত যোৰহাটত,নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিলে এজনে ,নগাঁৱৰ পৰা উদ্ধাৰ ছাত্ৰী

Jorhat West, Jorhat | Sep 12, 2025
যোৰহাটত লাভ জেহাদৰ ঘটনা । নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিলে এজনে । নগাঁৱৰ পৰা উদ্ধাৰ ছাত্ৰী । যোৰহাটত এইবাৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক শিক্ষক দিৱসৰ দিনাই বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিয়ে নগাঁৱৰ এজন ব্যক্তিয়ে । ইয়াৰ পাছতেই ছাত্ৰী গৰাকীৰ মাতৃয়ে ঘটনা সন্দৰ্ভত চিনামৰা আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ।
Read More News
T & CPrivacy PolicyContact Us