Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: নাগৰিকত্ব সংশোধনী আইন - ২০১৯ সম্পূৰ্ণৰূপে বাতিলৰ দাবীত বৰপাৰাত বীৰ লাচিত সেনা, অসমৰ প্ৰতিবাদী কাৰ্যসূচী

Bongaigaon Part, Bongaigaon | Sep 9, 2025
বৰপাৰাত বীৰ লাচিত সেনা, অসমৰ প্ৰতিবাদী কাৰ্যসূচী । নাগৰিকত্ব সংশোধনী আইন - ২০১৯ সম্পূৰ্ণৰূপে বাতিলৰ দাবীত মঙ্গলবাৰে বৰপাৰাত বীৰ লাচিত সেনা, অসমৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ইয়াৰ পিছত বীৰ লাচিত সেনা, অসমে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বৰপাৰা পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী ৰেলী উলীৱাই দেশৰ প্ৰধানমন্ত্ৰীক উক্ত আইন বাতিল কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us