Download Now Banner

This browser does not support the video element.

নগাঁও: ৰহাত টকা দিলেহে লাভ কৰে চৰকাৰী আঁচনি, নহ'লে দৰিদ্ৰ হ'লেও নাপাই কোনো চৰকাৰী সুবিধা ,সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ

Nagaon, Nagaon | Sep 4, 2025
ৰহাত টকা দিলেহে লাভ কৰে চৰকাৰী আঁচনি। নহ'লে দৰিদ্ৰ হ'লেও নাপাই কোনো চৰকাৰী সুবিধা। এই অভিযোগ উত্থাপন হৈছে ৰহা দীঘলীআটি পঞ্চায়তত। অভিযোগ অনুসৰি পঞ্চায়তটোৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা তথা দৰিদ্ৰ সীমাৰেখা তলত বসবাস কৰা মাছুদা বেগম নামৰ মহিলা গৰাকীয়ে পঞ্চায়তৰ এগৰাকী ব্যক্তিক এহেজাৰ টকা নিদিয়াৰ বাবে অৰুণোয় আঁচনি লাভ নকৰা অভিযোগ। উল্লেখ্য যে, সত্তৰোদ্ধ মইনুদ্দিন আহমেদ নামৰ ব্যক্তি গৰাকীয়ে প্ৰায় ৯ মাহ আগতে ভৰিত দুখ পাই চিকিৎসাৰ অভাৱত বিচনাতে আশ্ৰয় লৈ আছে।
Read More News
T & CPrivacy PolicyContact Us