Install App
chirangnews494
This browser does not support the video element.
বিজনী ভাগ: UPPL দলৰ পৰা মানাস ছেৰফাং সমষ্টিত প্ৰাৰ্থীত্ব লাভ ধনঞ্জয় বসুমতাৰীৰ পানবাৰীত বিটিআৰৰ চিফ প্ৰমোদ বড়োক জনালে ধন্যবাদ
Bijni Part, Chirang | Aug 22, 2025
ইউপিপিএল দলৰ পৰা প্ৰাৰ্থী ৰ তালিকাত কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ নাম প্ৰকাশ হোৱাত আনন্দত উৎফুল্লিত হৈছে -প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰী ,প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী হিচাপে নাম প্ৰকাশ হোৱাত প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীয়ে ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম, সভাপতি প্ৰমোদ বড়ো, কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীক ধন্যবাদ জ্ঞাপন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!