This browser does not support the video element.
বিলাসীপাৰা ভাগ: জিলা বিজেপিৰ যুব মৰ্চাৰ উদ্দ্যোগত চাপৰ পৌৰসভা সমূহীয়া ভৱনত কাৰ্গিল বিজয় দিৱস পালন
Bilasipara Part, Dhubri | Jul 26, 2025
শনিবাৰে দিনৰ ১ বজাত ধুবুৰী জিলাৰ বিলাসী পাৰা সম জিলাৰ চাপৰ পৌৰসভা সমূহীয়া ভৱনত জিলা বিজেপিৰ যূব মৰ্চাৰ উদ্দ্যোগত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত আছিল জিলা বিজেপিৰ যূৱ মৰ্চাৰ বিষয়ববীয়া সকলৰ লগতে জিলা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা সকলৰ লগতে উপস্থিত আছিল প্ৰায় অৰ্ধশতাধিক বিজেপিৰ সমৰ্থিক সকলে ।