This browser does not support the video element.
লংকা: লামডিং এপিডিচিএল কাৰ্যালয়ৰ সমীপত বিদ্যুৎৰ বিভিন্ন সমস্যাক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ
Lanka, Hojai | Aug 24, 2025
দেওবাৰে ৩.৪০মিনিটত লামডিং APDCL কাৰ্যালয়ৰ সমীপত উত্তাল প্ৰতিবাদ ৰাইজৰ।প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগনেৰে উত্তাল কৰি তুলে পৰিবেশ।লোডশ্বেডিং আৰু স্মাৰ্ট মিটাৰৰ অধিক বিলৰ লগতে বিদ্যুতৰ বিভিন্ন সমস্যাক লৈ এই প্ৰতিবাদ ৰাইজৰ।বহু দিন ধৰি নিউ কলোনিৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে লোডশ্বেডিংৰ বাবে জ্বলাকোলা খুৱাইছে।বিদ্যুৎ বিভাগক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতও কোন ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ।অলপ বতাহ-বৰষুণ দিলেই 2-3 দিন ধৰি বিদ্যুত কৰ্তন কৰাৰ অভিযোগ ৰাইজৰ।একাংশ ৰাইজে স্মাৰ্ট মিটাৰক লৈ