Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: ক্ৰীড়া সংগঠক দিবাকৰ মেধিৰ অকাল বিয়োগ,বৰপাৰাত স্বৰ্গীয় দিবাকৰ মেধিক শেষ শ্ৰদ্ধা জনায় সাংসদ ফণী ভূষণ চৌধুৰীয়ে

Bongaigaon Part, Bongaigaon | Sep 6, 2025
বঙাইগাঁৱৰ ক্ৰীড়া সংগঠক দিবাকৰ মেধিৰ অকাল বিয়োগ । ক্ৰীড়া সংগঠক দিবাকৰ মেধিৰ অকাল বিয়োগ পিছত বঙাইগাঁৱত শোকৰ ছাঁ। শনিবাৰে বৰপাৰাত প্ৰয়াত ধীৰেণ ৰায়ক আজি শেষ শ্ৰদ্ধা জনায় বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠক কে ধৰি বহু সংগঠন তথা শতাধিক ৰাইজে ৷
Read More News
T & CPrivacy PolicyContact Us