Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: দ্বিতীয়খন ইউপিপিএলৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে ৰুনিখাতাত ব্লক ইউপিপিএলৰ প্ৰতিবাদ

India | Aug 31, 2025
চিৰাঙৰ ৰুনিখাতাত ইউপিপিএল দলৰ বিৰুদ্ধে জাঙৰ খাই উঠিছে ড° ছাংগ্ৰাং ব্ৰহ্মৰ সমৰ্থক সকলে,ড° ছাংগ্ৰাং ব্ৰহ্ম প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতে ১৪ নং চিৰাং দুৱাৰ ইউপিপিএল ব্লক কমিটিৰ সভাপতি বিৰদাউ মুচাহাৰী সহ ইউপিপিএল ৩০০ সক্ৰিয় সদস্য পদ ত্যাগ কৰি ইউপিপিএল দলৰ পতাকা জ্বলোৱাৰ লগতে দলীয় নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।
Read More News
T & CPrivacy PolicyContact Us