Download Now Banner

This browser does not support the video element.

তামুলপুৰ: তামুলপুৰৰ বিভিন্ন ঠাইত ধুমুহাৰ তাণ্ডৱ,ধুমুহা-বৰষুণত তচনচ বহু পৰিয়ালৰ বাসগৃহৰ লগতে চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান

Tamulpur, Baksa | Sep 24, 2025
তামুলপুৰৰ বিভিন্ন ঠাইত ধুমুহাৰ তাণ্ডৱ,ধুমুহা-বৰষুণত তচনচ বহু পৰিয়ালৰ বাসগৃহৰ লগতে চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান ।বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত হৰ্থাত অহা এজাক ধুমুহা বৰষুণে তচনচ কৰিলে তামুলপুৰ জিলাৰ বিভিন্ন অঞ্চল। আদি ধুমুহা বৰষুণৰ ফলত কেইবাখনো গাঁ‌ৱত বিস্তৰ ক্ষতি ।ঠায়ে ঠায়ে বিদ্যুতৰ খুটা ওভালি পৰাৰ লগতে ৰাজপথত প্ৰকাণ্ড গছ ওভালি পৰাত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ।
Read More News
T & CPrivacy PolicyContact Us