This browser does not support the video element.
নগাঁও: প্ৰজাপিতা বহ্মাকুমাৰীৰ উত্তৰ হয়বৰগাঁওস্থিত মুখ্য শাখাত নিচামুক্ত ভাৰত অভিযানৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিধায়কে
Nagaon, Nagaon | Sep 7, 2025
প্ৰজাপিতা বহ্মাকুমাৰী নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁওস্থিত মুখ্য শাখাত নিচামুক্ত ভাৰত অভিযানৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিধায়কে,উপস্থিত জিলা আয়ুক্ত ।দেওবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত প্ৰজাপিতা বহ্মাকুমাৰী নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁওস্থিত মুখ্য শাখাত আজি উপস্থিত হৈ তেওঁলোকে নতুনকৈ আৰম্ভ কৰা নিচামুক্ত ভাৰত অভিযানৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই। লগতে উপস্থিত থাকে জিলা আয়ুক্ত দেবাশীষ শৰ্মা ।মিচন স্পন্দনৰ অধীনত নিচামুক্তিৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা উল্