Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চচলৰ প্ৰতিবাদ স্থলীত উত্তপ্ত পৰিস্থিতি সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

Guwahati, Kamrup Metropolitan | Sep 8, 2025
চচলৰ প্ৰতিবাদ স্থলীত উত্তপ্ত পৰিস্থিতি ,উল্লেখযোগ্য যে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ৩ ছেপ্টেম্বৰৰ।আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি ।ধৰ্ণাস্থলীৰ চৌহদৰ পৰা ৰাজপথৰ দিশে ওলাই যোৱা চেষ্টা।আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত কেইবাজনো লোক আঘাতপ্ৰাপ্ত ।
Read More News
T & CPrivacy PolicyContact Us