Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিৰ বিভিন্ন অঞ্চলত বহু বছৰ ধৰি চলি আহিছে বন্যহস্তীৰ উপদ্ৰৱ , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ

Nagaon, Nagaon | Sep 13, 2025
চামগুৰিৰ বিভিন্ন অঞ্চলত বহু বছৰ ধৰি চলি আহিছে বন্যহস্তীৰ উপদ্ৰৱ। নিশা ঘৰত ঢালি দুৱাৰ ভাঙি তহিলং কৰাৰ ঘটনা। বৰ্তমান ধান গেৰ ধৰিব লোৱা পথাৰত হাতীৰ উপদ্ৰৱ বৃদ্ধি। বহু বিঘা ধাননি পথাৰ গচকি মোহাৰি খাই নষ্ট কৰিছে। কৃষকে মূৰে-কপালে হাত দি চিন্তা কৰিবলৈ বাধ্য হৈছে। চাৰি–পাঁচজনীয়া হাতীৰ জাক প্ৰতিৰাতি উপদ্ৰৱ মেলিছে। কেতিয়াবা দিন দুপৰতে ধাননি পথাৰত মুক্তভাৱে বিচৰণ কৰে। শালনা আঞ্চলিক বন বিভাগ হাতী খেদাত ব্যৰ্থ।বন কৰ্মীৰ অভাৱ বন বিভাগৰ মূল সমস্যা।
Read More News
T & CPrivacy PolicyContact Us