Download Now Banner

This browser does not support the video element.

মাটিয়া: কৃষ্ণাইত কা' ৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ

Matia, Goalpara | Sep 7, 2025
কৃষ্ণাইত কা' ৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ ৷ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, কা' আমি নামানু, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ উত্তাল কৰি তোলে ৷ অসম চৰকাৰে পুণৰ কা' বলবৎ কৰি অসমীয়াক বিদেশীৰ বোজা জাপি দি নাগৰিকত্ব দিব বিচৰা কাৰ্যক জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
Read More News
T & CPrivacy PolicyContact Us