Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈত বিধান সভা সমষ্টিৰ ৬২ খন দুৰ্গা পূজা কমিটিক চেক প্ৰদান বিধায়ক সুৰেন ফুকনৰ

Margherita, Tinsukia | Sep 27, 2025
শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজালৈকে ডিগবৈ বিধান সভা সমষ্টিৰ ৬২ খন দুৰ্গা পূজা কমিটিক চেক প্ৰদান কৰে বিধায়ক সুৰেন ফুকনে। অসম চৰকাৰৰ জড়িয়তে প্ৰেৰণ কৰা ৬ লাখ ২০ হাজাৰ টকাৰ সাহায্যৰ চেক সমূহ সম জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিতিত প্ৰদান কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us