This browser does not support the video element.
মাটিয়া: বাকাটাৰীত চাৰিচকীয়া বাহনে ই ৰিক্সা বাহনক খুন্দা মৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়
Matia, Goalpara | Sep 1, 2025
বাকাটাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত বাকাইটাৰীত সংঘটিত এই পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা সুতাৰপাৰালৈ আহি থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে পথৰ কাষত ৰখাই থোৱা ই ৰিক্সা তিনি খনক খুন্দামাৰে ফলত ফলত ই ৰিক্সা তিনিখনৰ বিস্তৰ ক্ষতিসাধন হয়। আনহাতে আন এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুটিত খুন্দা মাৰে। ফলত চাৰিচকীয়া বাহন খনৰ বিস্তৰ ক্ষতিসাধন হয়।