Download Now Banner

This browser does not support the video element.

নাহৰকটীয়া: নামৰূপৰ অসম ভেলী ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ লিমিটেডৰ নতুন প্ৰকল্পস্থলী পৰিদৰ্শন অধ‍্যক্ষৰ লগতে বিধায়ক তৰংগ গগৈৰ

Naharkatiya, Dibrugarh | Aug 25, 2025
আজি সোমবাৰে বিয়লি ৪ বজাত নামৰূপৰ অসম ভেলী ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ লিমিটেড (AVFCCL)-ৰ অধ্যক্ষ জে ভি এক্কা, পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মহান্তী আৰু অসম চৰকাৰৰ বিষয়াসকলৰ সৈতে নতুন প্ৰকল্পস্থলী পৰিদৰ্শন আৰু নতুন লগ’ মুকলি কৰাৰ লগতে এখন সভাত মিলিত হয় নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে।
Read More News
T & CPrivacy PolicyContact Us