Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: OC’ৰ প্ৰহাৰত যুৱকৰ মৃত্যু,তামাৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল বৰাক জেললৈ প্রেৰণ

Dhubri Part, Dhubri | Oct 9, 2025
হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিলে জেললৈ । কিছুদিন পূৰ্বে নীৰিহ যুৱকক থানালৈ আনি এজন যুৱকক অমানবীয় ভাৱে প্ৰহাৰৰ অভিযোগ উঠিছিল তামাৰহাটৰ OC কপিল বৰাৰ বিৰুদ্ধে। কপিল বৰাৰ প্ৰহাৰত মৃত্যু হৈছিল মনোহৰি ৰয় নামৰ এজন নিৰীহ যুৱকৰ ৷
Read More News
T & CPrivacy PolicyContact Us