Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত শিৱসাগৰত খাদ্য ৰাজহুৱা বিতৰণ ও পৰিক্ৰমা বিভাগৰ অধীক্ষক নাগুইব খান

Sibsagar, Sivasagar | Sep 10, 2025
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত শিৱসাগৰত খাদ্য ৰাজহুৱা বিতৰণ ও পৰিক্ৰমা বিভাগৰ অধীক্ষক নাগুইব খান । ঘোচ লোৱা অৱস্থাত হাতে লোটে আটক যোগান বিভাগৰ অধীক্ষক গৰাকীক । ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে আটক কৰে নাগুইব খানক শিৱসাগৰত ।
Read More News
T & CPrivacy PolicyContact Us