Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: জেহাদীৰ অভিযোগত গোলকগঞ্জত আৰক্ষীৰ জালত আন এজন শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰ
Dhubri Part, Dhubri | Sep 1, 2025
বাংলাদেশী জামাত-ঈ-ইচলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত শিক্ষকক গৰাকীৰ বিৰুদ্ধে। কোকৰাঝাৰ জিলাৰ কাজিগাঁওৰ পৰা আটক কৰে লক্ষিমাৰি এম ই স্কুলৰ সহ শিক্ষক হজৰত আলী। পূৰ্বতে একে অভিযোগত একেখন বিদ্যালয়ৰ শিক্ষক শ্বাহলোম সৰকাৰক যোৱা ২৬ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!