Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনত বিভিন্ন ঠাইত AIDS ৰ ওপৰত Intensified IEC Campaign অনুষ্ঠিত

Mankachar, South Salmara-Mankachar | Aug 22, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ টি এন জি অ'ৰ ফুলকুমাৰী বাপুজী ক্লাৱৰ তিনিটা নিবেদিত দলে স্বাস্থ্য বিভাগৰ সহযোগত আজি, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত বৰাইলাগা, কালিৰালগা,শিশুমৰা অঞ্চলত এইচ আই ভি এইডছৰ ওপৰত Intensified IEC Campaign অনুষ্ঠিত কৰে।
Read More News
T & CPrivacy PolicyContact Us