Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক, উপস্থিত মানকাচৰৰ বিধায়ক

Mankachar, South Salmara-Mankachar | Sep 5, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ৩ বজাত মানকাছৰ সমষ্টিৰ মানকাচৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত খণ্ড উন্নয়ণ বিষয়া উপস্থিতিত নৱ নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সভাপতি সকলৰ মাজত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মানকাচৰ বিধায়ক আমিনুল ইছলাম।
Read More News
T & CPrivacy PolicyContact Us