This browser does not support the video element.
মৰিগাঁও: মায়ংৰ বুৰাবৰীত এজন ভুৱা চিকিৎসক ক আটক,মায়ং আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক ৰাজু আহমেদক
Marigaon, Morigaon | Sep 3, 2025
মায়ং আৰক্ষী জালত মুন্নাভাই এম বি বি এচ আটক ভূৱা এম বি বি এচ ৰাজু আহমেদ। মায়ংৰ বুৰাবৰীৰ পৰা আটক ভুৱা চিকিৎসক ৰাজুক বুৰাবুৰি খান মেডিকেলৰ পৰা আটক কৰা হৈছে ভুৱা চিকিৎসক জনক।দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত চলাই আহিছিল অবৈধ চিকিৎসাৰ বেহা বনাই লৈছিল এম ডি ,এম বি বি এচৰ ভুৱা চাৰ্টিফিকেট।ইতিমধ্যে মায়ং আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে ভুৱা চিকিৎসক ৰাজু আহমেদক।