This browser does not support the video element.
বালিজানা: চহৰৰ বেলতলা পূজা মণ্ডপত দেবী দুৰ্গাৰ পূজাৰ বাবে ভক্ত প্ৰাণ ৰাইজৰ ভিৰ
Balijana, Goalpara | Sep 30, 2025
চহৰৰ বেলতলা পূজা মণ্ডপত দেবী দুৰ্গাৰ পূজাৰ বাবে ভক্ত প্ৰাণ ৰাইজৰ ভীৰ।দুৰ্গা পূজাৰ আজি মহা অষ্টমী ।এয়া গোৱালপাৰা চহৰৰ বেলতলা পূজা মণ্ডপৰ দৃশ্য। আটক ধুনীয়াকৈ সজায় পৰাই তুলিছে পূজা মণ্ডপ। পুৱাৰে পৰা আৰাম্ভ হৈছে অষ্টমী পূজা। সকলো ভক্তই হাতত ধুপ,তেল, নৈবদ্য লৈ দূৰ্গা মাৰ শ্ৰীচৰনত আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। এইবাৰ দূৰ্গা পূজাৰ আনন্দ ফুৰ্তি দেখিবলৈ পোৱা যোৱা নাই । সকলোৰে মৰমৰ জুবিদ গাৰ্গৰ অকাল মৃত্যুয়ে সকলোকে মৰ্মাহত কৰি তুলিছে।