Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: বিজেপি জিলা সভাপতি কুশকান্ত বড়াৰ নেতৃত্বত সদৰত আগন্তুক সেৱা পষেক কাৰ্যসূচীৰ উদ্দেশ্যে কৰ্মশালা অনুষ্ঠিত

Tinsukia, Tinsukia | Sep 11, 2025
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া আগন্তুক সেৱা পষেক কাৰ্যসূচী সফলভাৱে পালন কৰাৰ হেতুকে ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত এখনি কৰ্মশালা অনুষ্ঠিত হয় । উক্ত কৰ্মশালাখনৰ নেতৃত্ব দিয়ে বিজেপি জিলা সভাপতি কুশকান্ত বৰাই ।
Read More News
T & CPrivacy PolicyContact Us