Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: আনুষ্ঠানিক ভাৱে বিজেপি‌ ত্যাগ‌ কৰিলে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই,ছিপাঝাৰত সংবাদ মেলত এই কথা সদৰি কৰে

Sipajhar, Darrang | Sep 3, 2025
আজি‌ আনুষ্ঠানিকভাৱে বিজেপি‌ ত্যাগ‌ কৰিলে ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই । ছিপাঝাৰ সমষ্টিৰ তিনিবাৰৰ বিধায়ক আছিল শইকীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একলগে যোগদান কৰিছিল বিজেপিত বিগত নিৰ্বাচনত শইকীয়াক টিকটৰ পৰা বঞ্চিত কৰি ড০ পৰমানন্দ ৰাজবংশীক প্ৰদান‌ কৰিছিল টিকট। যথেষ্ট সংখ্যক বিজেপি কৰ্মী আৰু সমৰ্থকক‌ লগত লৈ পুনৰ কংগ্ৰেছ দললৈ উভতি‌ যাব বুলি নিশ্চিত খবৰ লাভ কৰা‌ হৈছে।
Read More News
T & CPrivacy PolicyContact Us