Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: সুন্দৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিমূৰ্ত্তি দাহ, বিতৰ্কিত মত দিয়া সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে প্ৰতিবাদ

India | Jul 28, 2025
আজি চিৰাং জিলাৰ সুন্দৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিমূৰ্ত্তি দাহ কাৰ্যসূচী,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিমূৰ্তি কাৰি লৈ যায়,তাকে লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছায় তীব্ৰ ভাষাৰে সমালোচনা কৰে চৰকাৰক,আদিবাসী সমাজক লৈ বিতৰ্কিত মন্তব্য কৰা কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।
Read More News
T & CPrivacy PolicyContact Us