Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ কাছাৰী ঘাটৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰত নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ

Balijana, Goalpara | Aug 28, 2025
চহৰৰ কাছাৰী ঘাটৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰত নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ। নদীৰ পাৰলৈ ফুৰিবলৈ অহা লোকে প্ৰত্যক্ষ কৰে শিশুৰ মৃতদেহটো। লগে লগে খৱৰ দিয়া হয় আৰক্ষীক। প্ৰত্যক্ষ দৰ্শীৰ মতে শিশুটোৰ যিহেতু হাত আৰু ভৰি এখন নাই সেয়ে নিশ্চয় শিয়াল কুকুৰ কাউৰীয়ে হয়তো ভক্ষন কৰি আছিল। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাৱে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us