Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ডিগবৈত ক্ষোভ প্ৰকাশ আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ
Margherita, Tinsukia | Sep 27, 2025
সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় আলোচনাপন্থী আলফা নেতা জিতেন দত্ত। এজনো অভিযুক্তক আজি লৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা বাবে ডিগবৈত শনিবাৰে বিয়লি প্ৰায় ৩ বজাত সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে জিতেন দত্তই । তদুপৰি শিল্পী অজয় ফুকন, ভিক্টৰ দাস ক গ্ৰেপ্তাৰ কৰাতো তীব্র ক্ষোভ প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!