This browser does not support the video element.
মাটিয়া: এজাক বৰষুণতে একাঠু বোকাপানী হোৱাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰাতিনিকোনীয়াপাৰাবাসীয়ে ক্ষোভ উজাৰে
Matia, Goalpara | May 26, 2025
এজাক বৰষুণতে একাঠু বোকাপানী হোৱাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰাতিনিকোনীয়াপাৰাবাসীয়ে ক্ষোভ উজাৰে। ক্ষুব্ধ ৰাইজৰ অভিযোগ কত গল বিজেপি চৰকাৰৰ "সব কা সাথ সব বিকাশ''শ্লোগান । কত গল নিজকে ৰজা বুলি দম্ভালি মাৰা কংগ্ৰেছী বিধায়ক এ কে ৰছিদ আলমৰ প্রতিশ্ৰুতি । দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে গোৱালপাৰা পূৱ সমষ্টিৰ ৰাইজ । গোৱালপাৰা পূৱ সমষ্টিৰ শ্ৰীসূৰ্য্যগীৰি গাঁও পঞ্চায়ৰ অন্তৰ্গত তিনিকোনীয়াপাৰাবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আছে।